আনন্দৰ চকুলো-পৰিস্মৃতা বৰা হাজৰিকা

Rinku Rajowar
0
ঘৰখনৰ উখল - মাখলবোৰ দেখি পাহীৰ দুখ দুগুণে বাঢ়িল । ঘৰখনৰ একমাত্ৰ ছোৱালী জনীৰ বিয়া । আনন্দ লাগিবৰে কথা । কিন্তু পাহীয়ে মনৰ কথাবোৰ কাকো খুলি কব নোৱাৰি গোপনে হিয়া ভুকুৱাই কান্দিছে । কেনেকৈ কয় তায়ো যে মনে মনে কাৰোবাক ভাল পাইছিল । কিন্তু দৰাৰ সন্মুখলৈ তামোলৰ বটাখন আগবঢ়াই দি আচৰিত হল পাহী ।  মনে প্ৰাণে ভালপোৱা জনকেই সন্মুখত দেখি দুচকুৰে বৈ আহিল আনন্দৰ চকুলো ।

                   📌পৰিস্মৃতা বৰা হাজৰিকা
                          মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)