অসমীয়া সাহিত্যৰ চানেকি সাপ্তাহিক ডিজিটেল সাময়িকীলৈ লেখা প্ৰেৰণৰ নিয়মাৱলীসমূহ-
১) লেখাসমূহ শুদ্ধকৈ অসমীয়া ভাষাত লিখিব লাগিব।
২) লেখাসমূহৰ তলত নিজৰ নাম আৰু লেখকৰ পৰিচয়টো চমুকৈ লিখি দিব।
৩) লেখাটোৰ ওপৰত শিতান আৰু শিৰোনাম লিখি দিব ।
৪)লেখাটো লিখোতে কোনো ধৰণৰ ইম'জি ব্যৱহাৰ কৰিব নোৱাৰিব ।
৫) ছদ্মনামত লেখা প্ৰকাশ কৰা নহয় ।
লেখা প্ৰেৰণৰ বাবে তিনিটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰিব । আপোনাৰ সুবিধা অনুযায়ী আপুনি আমালৈ লেখা প্রেৰণ কৰিব ।
১) হোৱাটচএপৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব আমাৰ হোৱাটচএপ নম্বৰ হৈছে 8638826833
২) ইমেইলৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব । আমাৰ ইমেইল আইডি হৈছে axomiyahahitiyarsaneki@gmail.com
৩) তলত দিয়া from খনৰ যোগেদি আপুনি আমালৈ লেখা প্রেৰণ কৰিব পাৰিব ।
নাম *
ফোন নং *
( প্ৰেৰণ কৰক )
ডায়েৰীত আবদ্ধ ভাৱনাবোৰ প্ৰকাশ কৰাৰ এটা মাধ্যম দিয়াৰ বাবে অশেষ ধন্যবাদ
ReplyDelete😊
ReplyDeleteলিখনি বোৰ পঢ়ি ভাল লাগিছে
ReplyDelete