তোমাৰ মাটি ধান
আহা দুয়ো মিলি
বান্ধি লও প্ৰীতিৰএনাজৰী
আজি এই শুভ লগন
তোমাৰে মোৰেমিলনৰক্ষণ
ৰামধেনুৰ ৰঙেৰে সজাম এটি সুখময় জীৱন
চালে চাওক জগত
আমাৰ প্ৰণয় মিলন
জ্বলিলে জ্বলি মৰক
প্ৰেমৰ শত্ৰুগণ
হৃদয়ৰ কলমেৰে
নতুন ইতিহাস ৰচিম
আমাৰ প্ৰেমৰে
চিৰস্মৰণীয়
কবি দুলাল ৰবিদাস
ইমেল - dravidas5972@gmail.com

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ