দেখি নিশিকাঠেকি নিশিকাআত্মাভিমানী পক্ষীআজি নিৰুপায় ।নিজৰ দেহতমহে কামুৰিলেহে বুজেফৰফৰণি কিমান ।কৃত কৰ্মৰ ফলৰত্নাকৰৰ পাপৰ ফলপিতা--মাতা, পুত্ৰ--কন্যাকাৰোৰে প্ৰাপ্য নহয় ।জাতিংগাৰ জুইতনিজেই দিব লাগিবআত্ম জাহতাৰেই প্ৰস্তুতি চলিছে সৰ্বত্ৰ ।হায় মানৱতুমি শিকিবা কেতিয়া ?শ্ৰেষ্ঠ জীৱৰ বিলাই দেখিচেতন হীনতাই হাঁহিছে ।হাতো আছেভৰি আছেজীৱ শ্ৰেষ্ঠৰ কায়াকি কাৰণত আওমৰণেমৰিছা হে মানৱ ভায়া ।🖋️ হেমেন হাজৰিকামিৰ্জাকামৰূপ অসম |
জাতিংগাৰ জুই-হেমেন হাজৰিকা
April 29, 2021
0
Tags


নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ