Home পংকিতা কলিতা অক্ৰম সপোন-পংকিতা কলিতা অক্ৰম সপোন-পংকিতা কলিতা person©Admin May 04, 2021 0 share অকুতোভয়ে অকুটিল মনেৰে যাব বিচাৰিছো ,কালৰ হাতলৈঅক্ৰম সপোনবোৰ এৰি থৈ ।দ্বিধাহীনভাৱে অচিৰাৎ অকৃত হ'লমনৰ কবিতাবোৰ...।।যাম গুচি অজ্ঞাত ঠাই বিচাৰিয'ত অজ্ঞেয় হ'ব জীৱনৰ আশাবোৰ...।। ✍️পংকিতা কলিতা দৰং(অসম) হাজৰিকাপাৰা Tags কবিতাপংকিতা কলিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ