১/১৯৮৭ চনত গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য হিচাপে স্বীকৃতি পায়।
২/২০১৯ চনত শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷
৩/১৯৫৫ চনত জনপ্ৰিয় বলিউডৰ অভিনেতা পৰেশ ৰাৱালৰ জন্ম।
৪/১৯৮০ চনত ইংলেণ্ডৰ ফুটবল খেলুৱৈ ষ্টিভেন জেৰাডৰ জন্ম।
৫/১৪৩১ চনত এগৰাকী ফৰাচী বীৰাংগনা আৰু ৰোমান কেথ’লিক মনিষী জোৱান অফ আৰ্কৰ মৃত্যু
৬/১৭৭৮ চনত ফৰাচী লেখক আৰু দাৰ্শনিক ভলটেয়াৰৰ মৃত্যু।
৭/১৯৬৫ চনত ডেনমাৰ্কৰ ভাষাবিজ্ঞানী লুই ইয়েল্ম্স্লেভৰ মৃত্যু।
৮/১৯৮১ চনত বাংলাদেশৰ স্বাধীনতাৰ ঘোষক, ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান আৰু বীৰ উত্তম উপাধিপ্ৰাপ্ত মুক্তিযোদ্ধা জিয়াউৰ ৰহমানৰ মৃত্যু।
৯/১৭৮৩ চনত আমেৰিকাৰ প্ৰথম দৈনিক বাতৰিকাকত প্ৰকাশ।
১০/১৯৮৭ চনত ফিলিপছ কোম্পানীৰ ভিডিঅ' চিডি আৱিস্কাৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ