✍️চিন্ময় কলিতা
অনুভৱ -চিন্ময় কলিতা
March 20, 2023
0
নঙঠা বৃক্ষৰ ঠৰঙা দালআৰু কপৌ পাহিৰ লগতে বাঢ়ি অহা চেনেহ বোৰনো আৰু কিমান দিন লুকাই থাকিব। কম কম বুলিছোঁন ফাগুন যাবৰে হল! কথাহল যাযাবৰ ফাগুন আকৌ আহিব আকৌ আহিব হে বসন্ত কিন্তু............. নাথাকিব সেই সময়, নাথাকিব সেই উৎকন্ঠা হয়তো নাথাকিব এই সজাৰ পুতলা।
Tags

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ