ভাষণ কোৱাৰ পিছত ভালকৈ শুনা- সমুজ্জল ডেকা
May 05, 2023
0
অজস্ৰ ঠাইত আজিকালিৰ দিনত সভা-সমিতি অনুষ্ঠিত কৰা দেখা যায়। সেই সভা-সমিতিবোৰত বহুতেই ভাষণ দিয়াৰ পৰিলক্ষিত হয়। কিন্তু বহুতেই ভাষণত কোৱা কথাবোৰত গুৰুত্ব নিদিয়ে। ভাষণ কোৱাৰ পিছত ভালকৈ শুনিব লাগে, কাৰণ বক্তাই অন্তৰৰ পৰা অতি কষ্টেৰে কথাখিনি শ্ৰোতা বা ৰাইজৰ আগত উপস্থাপন কৰে। ভাষণ নুশুনি বেলেগৰ লগত কথাপাতি অথবা ফোন চাই থাকিলে বক্তাই হৃদয়ৰ পৰা অতি কষ্টেৰে কোৱা কথাখিনি মূল্যহীনৰ নিচিনা হৈ পৰে। গতিকে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত সকলোৱে লক্ষ্য কৰা উচিত।
Tags

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ