ফাগুন মই বৃক্ষ-ৰাশিদুল ইছলাম

Rinku Rajowar
0
ফাগুন তুমি হঠাৎ আহিলা মোৰ মাজলৈ।।
 কাঢ়ি নিলা মোৰ সেউজীয়া পাত।। 
সৰি পৰিল মোৰ ডাল।। 
কাঢ়ি নিলা মোৰ অতিত' ।। কৰিলা মোক উদং ।। 
কিছু দিন পাৰ কৰিলো অকলে তোমাৰ অৰ্থে। 
ফাগুন তুমি নতুন আহাৰে জীয়াবলৈ শিকালা ।। 
আকৌ আহিল মোৰ মাজলৈ নতুন আহা জীয়াবলৈ হেঁপাহ জাগিল মনলৈ।।

মই বৃক্ষ মোৰ ডালৰ পৰা গজিবলৈ ধৰিলে কলি।।

কিছু সংখ্যক সৰি পৰিল আৰু কিছু সংখ্যক ফুললৈ ৰূপান্তৰিত হ'ল ফুলৰ পৰা ফললৈ ৰূপান্তৰিত ।। 
আৰু ফল পৰিবলৈ ধৰিলে।। এনেতেই চ,ত আহিল বৰদৈচিলা মাকৰ ঘৰলৈ বুলি।। 
তেওঁ যাত্ৰাৰ সময়ত ওৰোৱাই নিলে মোৰ সকলো ফল।।
 মই বৃক্ষই চিঞৰি কৈছিলো তুমি আকৌ উভতি আহিব নোৱাৰা মা বৰদৈচিলা।।
 হ'ব ভোপাই মই আৰু উভতি না আহো।। 
কিন্তু তুমি তোমাৰ সৌন্দৰ্য উভতি পাবা।। 
নিৰৱ নিৰ আহাৰে বাট চাই ৰলো আকৌ আহিল বহাগ মাতিবলৈ ধৰিলে ভেকুলীয়ে আকাশ কৰিলে মেঘা চন্ন ।। পৰিবলৈ ধৰিলে মোহোলধাৰা বৰষুণ।। মই মোৰ অতিত উভতি পাবলৈ সক্ষম হৈছোঁ।। মই মোৰ অতিত উভতি আনান্দত জিপাল ।।
 সৰি পৰা পাত ডালবোৰ লাহে লাহে গজিবলৈ ধৰিলে।

এয়া বৰদৈচিলা মাকৰ আশীৰ্বাদ।।

▪️মঃ ৰাশিদুল ইছলাম।
যোগাযোগ ৮৪৭৩৯৮০০৮০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)