নতুন কিছু পালে পুৰণিৰ মূল্য নাথাকে**বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

@admin
0
নতুন কিছু পালে পুৰণিৰ মূল্য নাথাকে
সেয়া মানুহে হওক বা অন্য কিবা এটা বস্তু
পৃথিৱীত এনেকুৱা কোনো মানুহে নাই
যাৰ হৃদয়ত অকণমানো দুখ নাই।

মই সেই নুবুজা গল্পটোৰ এটি পৃষ্ঠা
যিটো পঢ়িলে কোনেও একো বুজি নাপায় 
জীৱনটো হয় শূন্যৰ পৰাই আৰম্ভ 
আৰু শূন্যৰ পৰাই হয় শেষ।

জীৱনটোৰ মাজ ভাগতেই হাঁহি কান্দোন
কিছুমানৰ আগত অভিনয় কৰি কৰিয়েই
জীৱনটোক বিদায় দিব লগীয়া হয়
আৰু সেইখিনিতে জীৱনৰ পৃষ্ঠাৰ সামৰণি
                  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)