কথাত ৰত্নাকৰ আছিলা
কিন্তু বাস্তৱত কি কৰিলা?
মইতো সলনি কৰিলোঁ জীৱন
সলনি কৰিলোঁ জীৱন বাটৰ খলা বমা বোৰ।
তুমি
তুমি কি কৰিলা ?
নীলা কলমৰ চিয়াঁহীৰে
মোৰ তোমাৰ ওপৰত থকা
সমস্ত দায়িত্ব শেষ কৰিলা।
তাতে তুমি শেষ বুলি ভাবিলা
সিদিনাৰ দৰে আজিও তোমাৰ হাতত কিতাপ
অচিনাকি নম্বৰে মোৰ মাতষাৰ
নীৰৱ জীৱনৰ সুৰে
নীলা বোৰ প্ৰিয়
ৰংঙৰ সমাধিৰে ফাকু
তুমিয়েতো লিখিছিলা
জীৱন বাটৰ নাট……?
Val lagil
ReplyDelete