প্ৰতিশ্ৰুতি-হীৰক জ্যোতি দাস

©Admin
0
উভতি অহাৰ প্ৰতিশ্ৰুতি দি নাহিলা 
আজি এযুগ পাৰ হৈ গ'ল 
অথচ তুমি আহিবা বুলি 
এবুকু আশা বান্ধি ৰৈ আছোঁ 
তাহানিতে এৰি যোৱা ঠাইটুকুৰাত।

তুমি দি যোৱা বকুলৰ মালা ধাৰীৰ 
পাহী বোৰ শুকাই জৰাজীৰ্ণ হৈ পৰিছে
যদিও তাৰ সুবাস আজিও বিয়পি আছে 
মোৰ হৃদয়ৰ কোঠালী ত
যি সুবাসে আজিও তোমাৰ প্ৰতি থকা
দুৰ্বলতাক সুৱৰাই।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)