Home মাধুৰ্য দাস মন ফাগুনী•• মাধুৰ্য দাস মন ফাগুনী•• মাধুৰ্য দাস personRinku Rajowar February 20, 2025 0 share কামিহাড়ে সৰকিকলিজা কঁপোৱা ফাগুনী জনীয়েফপৰা দেহাটি চাতি ফুতি লগাইফাগুনে ফাগুনে.....বুকুৰ পলস ঢালিপ্ৰেমৰ নদীখনি নুশুকাই নিক্ষীণাইকোনোটি ফাগুনে....চিৰসেউজ প্ৰেম মোৰলঠঙা নহয়কোনোটি জনমে....ফাগুনী ঐস্বাভিমানি ঐনিতমৰসুৰ এটাই আমনি কৰে অনবৰতে .... Tags কবিতামাধুৰ্য দাস Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ