Home মমী দত্ত অণুগল্প-যৌতুক••মমী দত্ত অণুগল্প-যৌতুক••মমী দত্ত personUnknown October 01, 2023 0 share "ছোৱালীৰ লগত যৌতুক হিচাপে আমাক একো নালাগে। মাথো ঘৰখন ধৰি ৰাখিবলৈ বোৱাৰী এজনী লাগে।" - হ'বলগীয়া শাহুৱেকৰ চকুত তাই মৰম দেখিছিল, মাকৰ দৰেই।নালাগে বুলি কৈছিল যদিও তাই কিন্তু লৈ গৈছিল আজীৱন ঘৰখন ধৰি ৰাখিবলৈ এসাগৰ মৰম , যৌতুক হিচাপে।📌মমী দত্তঢকুৱাখনা Tags অণুগল্পমমী দত্ত Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ