প্ৰিয়জন--ভাস্কৰ দাস

©Admin
0

প্ৰিয়জন সদায় আপোন
প্ৰিয়জনৰ অপেক্ষা যেন
এক মৰমৰ অভিযান ...
তেওঁৰ সেই চকুজুৰি 
তেওঁৰ হাঁহিটো 
যেন এক অপূৰ্ণ আবেগ ...
মনৰ দুৱাৰৰ এক 
প্ৰতিশ্চায়া হৈ 
তেওঁৰ আগমন ...।।
কেনেকৈ বাৰু আদৰিম তেওঁক 
মৰমেৰে নে 
আৱেগেৰে নে 
হিয়াত শিথিল হৈ থকা
সেই প্ৰেমৰ বান্ধোনেৰে ...!
মন মুগ্ধ তেওঁৰ আগমন ...
সেই কাৰণে প্ৰিয়জন 
সদায় বিশেষ ... !

           

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)