ভালপোৱাৰ সতেজতাত প্ৰতি
মুহূৰ্ততে ফুলি থাকে।।
সময় এনেকুৱা এখন বাহন,,
যাৰ ব্ৰেক নাই,লগতে ৰিভাৰ্ছ গিয়াৰো নাই।।
সকলোৱে সময় পায়,,
জীৱন সলনি কৰিবলৈ।।
কিন্তু জীৱনে সময় সলনি কৰিবলৈ পুনৰ নাপায়।।
সেইবাবেই সময়ৰ প্ৰতিটো মুহূৰ্তক,,
মৰম আৰু আনন্দৰে ব্যৱহাৰ কৰা উচিত।।
সংগ্ৰাম নাই,কষ্ট নাই,,
তেন্তে জীয়াই থকাৰ মজা কি?
লক্ষ্য বুকুত থাকিলে ধুমুহাও বন্ধ হৈ যাব।।
যদি সময় বেয়া হয়,,
তেন্তে কঠোৰ পৰিশ্ৰম কৰক,,
আৰু যদি ভাল,,
তেন্তে কাৰোবাক সহায় কৰক।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ