Home হেমেন হাজৰিকা মুক কছৰৎ হেমেন হাজৰিকা মুক কছৰৎ হেমেন হাজৰিকা person©Admin October 17, 2024 0 share আঠাৱনী প্ৰদুষণবুকুৰ পোতাশ্ৰয়তঠাহ খাই থকাবোৱতী সোঁতটোবন্দী ।।মেনিনজাইটিছৰ দৰেঠৰ হৈ আছোঁনা আগনা পাছ ।।বেদনাবোৰপাৰ ভাঙিব নোৱাৰিক্ৰন্দৰত ক্ৰৌঞ্চ পক্ষী হৈবুকুৰ ডালত জিৰাইছে ।। Tags কবিতাহেমেন হাজৰিকা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ