বল বল -বিদ্যুৎ গগৈ

©Admin
0
ব'ল ব'ল ব'ল ব'ল 
      সকলো আগুৱাই ব'ল
 অসমী আইৰ নাম
     বিশ্বত জিলিকাবলৈ
           সকলো আগুৱাই ব'ল।
 নে নে নে নে 
       সকলো ত্যাগ কৰি     
               অসমীক আগুৱাই নে।

অসম অসমীয়াৰ জাতিৰ  গৌৰৱ
      কঢ়িয়াই আনিবৰ হ'ল
 সেউজী অসমখনি আকৌ আজি 
        ঘূৰাই আনিবৰ  হ'ল 

আজি অসম দুর্বল 
        হ'লে নহ'ব 
অসম আগুৱাই 
         যাবই লাগিব 
অসমী আইৰ 
        সম্মান আমি
              উন্নত কৰিবই লাগিব ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)