জোনাকী-ৰাতুল চেতিয়া ফুকন

©Admin
0
হাতৰ মুঠিটো মেলি দিলো
উৰি গ'ল এজাক জোনাকী পৰুৱা 
বতাহত উপঙি উপঙি 
কাণিমুণি এন্ধাৰ বাটেৰে।
যদিও ফেৰ মাৰিব নোৱাৰে 
আকাশৰ অযুত তৰাৰে ।
বাটৰুৱাৰ সাহস জোনাকী 
তৰা নহয় ।
তথাপি আমি 
জোনাকৰ প্ৰেমত বন্দী।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)