গান
লিখিম এতিয়া বৰ্ণ শব্দৰে ক্ষণভঙ্গু দেহাৰ
তান
দেহা কচুপাতৰ পানী আত্মাৰ অজৰ অমৰ
স্থান
নৰ দেহা মাটিত দিলে মাটি হৈ যায়
নৰ দেহা জুইত জ্বলালে ছাই হৈ যায়
নৰ দেহা বাহিৰত পেলালে কীটবোৰে খায়
ব্যৰ্থ দম্ভ অহংকাৰ, মায়া মোহৰ বান্ধোন
মাথোঁ
হৰি নামেই শ্ৰেষ্ঠ আধাৰ পৰিত্ৰাণ পোৱাৰ উত্তম
সাঁকো।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ