১২ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0
১২ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল- 
১/ আজিৰ দিনটোতে ১৯১৩ চনত ভাৰতীয় ৰাজনীতিবিদ
যশৱন্তৰাও চাৱনৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯২২ চনত আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক জেক কেৰুৱাকৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৫৮ চনত অসমীয়া লেখিকা, ভাষা গৱেষক, অধ্যাপক অৰ্পণা কোঁৱৰৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৬৩ চনত ভাৰতীয় চলচ্চিত্ৰ সম্পাদক এ শ্ৰীকৰ প্ৰসাদৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯১৪ চনত আমেৰিকান উদ্যোগী আৰু অভিযন্তা জৰ্জ ৱেষ্টিংহাউছৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)