সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে?
উত্তৰ:- গুৱাহাটীৰ জালুকবাৰীত আছে।
২/ গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল?
উত্তৰ:- কেলভিন।
৩/ অসমৰ প্ৰাচ্য পণ্ডিত বুলি কাক জনা যায়?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।
৪/ অসমৰ গৌৰৱ কোন আছিল?
উত্তৰ:- হেম বৰুৱা।
৫/ অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায়?
উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।
৬/ অসমৰ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক জনা যায়?
উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।
৭/অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল?
উত্তৰ:- ১৯৬৫ চনত কটন কলেজত।
৮/অসমত প্ৰথম প্লেনেটৰিয়াম ক'ত আছিল?
উত্তৰ:- এম. জি. ৰোড, লতাশিল, উজান বজাৰ, গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত।
৯/প্ৰথম অসম বিধান সভা কিমান চনত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে।
১০/ অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল?
উত্তৰ:- নগাঁওত অনুষ্ঠিত হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)