আজি ১১মাৰ্চ দিনটোৰ বিশেষত্ব

@admin
0
১১ মাৰ্চ (ইংৰাজী: 11 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
১৯১৫ - বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
১৯২৭ - বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।
মৃত্যু
২২২ - এলাগাবোলাছ, ৰোমান সম্ৰাট।
১৯৩৯ - বানী বসু, ভাৰতীয় সাহিত্যিক।
১৯৫৫ - আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
১৯৬৩ - মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
১৮৬৯ - ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
২০০৮ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।
দিৱস
বিশ্ব প্লাম্বিং দিৱস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)