Home ৰাজদ্বীপ মৰাং আপোনাক ক'ত দেখিছিলোঁ — ৰাজদ্বীপ মৰাং আপোনাক ক'ত দেখিছিলোঁ — ৰাজদ্বীপ মৰাং person©Admin April 05, 2025 0 share আপোনাক ক'ত দেখিছিলোঁমনত পৰা নাই মোৰ।দেখিছিলোঁ ক'তবা। চকুৰ পলকতে। আন্ধাৰ-ৰাতি নে দিন-দুপৰত! একে সম চকীত বহি কথা পতাসমনীয়াৰ নামো দিন ভটিয়ালে মনত নাথাকে।আপোনাক ক'ত দেখিছিলোঁ! ক'ত লগ পাইছিলোঁ! ঠিক মনত পৰা নাই মোৰ। Tags কবিতাৰাজদ্বীপ মৰাং Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ