Home জ্যোতিমণি মাহত্ব প্ৰৱঞ্চনা — জ্যোতিমণি মাহত্ব প্ৰৱঞ্চনা — জ্যোতিমণি মাহত্ব person©Admin April 05, 2025 0 share ৰিমঝিমক এটি অচিনাকী নম্বৰত কোনোবাই ফোন কৰিছে।কোনে কৈছে? মই অসমৰ একমাত্ৰ বিত্তিয় প্ৰতিষ্ঠানৰ পৰা কৈছোঁ। আপোনাৰ আধাৰ কাৰ্ড খন দিব আৰু OTP এটা যাব । কেইদিনমানৰ পিছত ৰিমঝিমৰ একাউণ্টত থকা সকলোবোৰ টকা নাইকিয়া হৈ গ'ল। Tags অণুগল্পজ্যোতিমণি মাহত্ব Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ