কাৰণ তুমি অন্যতকৈ বেলেগ,,
কোনোবাই স্বাৰ্থ বা স্বৰ্তৰ বাবে
ভাল লগাৰ অভিনয় কৰে,,,
ভালৰি লগাই,ৰূপ দেখি,
অন্য কিবা দেখি ভোল যায়,
কিন্তু তুমি পৃথক,,,।
তুমি মোৰ মৰম খিনি বুজা,
মোৰ হৃদয় খন
আলফুল কৈ সামৰি ৰাখা,
মোৰ ভালপোৱা খিনি সন্মান কৰা,,
সেইবাবেই তুমি বেলেগ,,, ।
সুখী হওঁ তোমাৰ দুচকুত চকু থৈ,
পাহৰি যাওঁ সকলো ভাগৰ
যেন এটি বাঁহীৰ সুৰ তুমি
জীৱন ৰাগৰ...!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ