Home ৰাহুল চেতিয়া ব'হাগ - ৰাতুল চেতিয়া ফুকন ব'হাগ - ৰাতুল চেতিয়া ফুকন person protibha phukon February 25, 2026 0 share নাহৰৰ কুমলীয়া পাতত লিখি থলোব'হাগৰ কবিতা।গছৰ ডাল এৰি কপৌফুলেনাচনীৰ খোপাত জিৰণি লোৱাৰ পৰাই বুকুখন মোৰ ওগুল থুগুল ।বাঁহীৰ মাতততেজৰ সোঁতৰ গতি বাঢ়ে।ঢোলে গোম গোমাই বুকুৰ ভিতৰত।হয়তো মোৰ প্ৰেমৰ আন এটা নাম ব'হাগ। Tags ২০২৬০৮কবিতাৰাহুল চেতিয়া Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ