জুবিনদা-নাং লিজাশ্ৰী বন্তী গোহাঁই

Rinku Rajowar
0
জুবিনদা তোমাৰ কণ্ঠত নিগৰিছিল প্ৰকৃতি গান।
তোমাৰ সুৰত গুঞ্জৰিত হৈছিল অসমৰ আকাশ বতাহ।
তোমাৰ গীতৰ সুৰত প্ৰকৃতি সেউজীয়া বননীয়ো ফুলি উঠিছিল।
তোমাৰ গানত জীৱনৰ সত্য লুকাই আছিল লুকাই আছিল জীৱনৰ মাদকতা ।
জুবিনদা তুমি মাথো এজন  সুৰকাৰে নাছিলা তুমি এজন প্ৰকৃতিক ভাল পোৱা কবিও আছিলা
তুমিয়ে লিখিছিলা হাতৰ পৰশেৰে নীলা কলমেৰে 
বোৱাইছিলা কবিতা ঢৌ।



📌নাং লিজাশ্ৰী বন্তী গোহাঁই 
লখিমপুৰ নাওবৈচা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)