Home ত্ৰিদিপ শৰ্মা লাহৰি ঘাটৰ বিন্দু—ত্ৰিদিপ শৰ্মা লাহৰি ঘাটৰ বিন্দু—ত্ৰিদিপ শৰ্মা person@admin February 01, 2026 0 share জুপুৰিৰ পিয়লাত আয়ুসৰ হোহোৱণি,সম্যৰ প্ৰাচীৰতাত আলিঙ্গণ কৰাসোনালী জীৱনৰ বৃত্তত,ৰহণ চৰাই বৰণহীন এমুঠি ছাই।ধূসৰিত সপোনৰ হেজাৰ কাহিনী অনুৰাগহীন আতুৰ জীৱন মৰুত, হেপাঁহৰ আৱেগ নিজান ঘাটত। Tags ২০২৬০৫কবিতাত্ৰিদিপ শৰ্মা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ