চক্ৰবেহু ~ তুতুমনি মাইনা দাস

@admin
0
আজি হতাশাৰে ভৰি পৰিছে তাই মন , নিজকে পাহৰিবলৈ আৰু কিমান মিছা - ছালনাৰ মাজলৈ লৈ যাৱ নিজকে ।অভিক পাহৰিবলৈ , আন কাৰোৱাৰ সৈতে ঘনিষ্ঠহৈ জীৱনৰ গতিক কোনফালে লৈ গৈছে তাই -ফাঁকি কাক দিছে -নিজক ,অভিক নে সেই ছলনাময়ীজনক --যিয়ে তাইৰ আৱেগৰ লগত ধেমালী কৰি , পন্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে,দুগালৰ চকুলো মুচি , এটি হাঁহি মাৰি তাই ওলাই আহিল মুক্ত আকাশৰ তললৈ । আজি তাই দৈৰিছে মাঁথো দৈৰিছে ফিনিক্স পক্ষীৰ দৰে পুণৰ ন-সাজেৰে জন্ম হোৱাৰ আশাত ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)