সন্ধিয়াৰ আকাশখন ৰঙা। লুইতৰ পাৰত এজন যুৱকে নীৰৱে বহি আছিল। মোবাইলত বাজি উঠিল এটা গীত-সৰল, কিন্তু গভীৰ। শব্দবোৰে যেন কাগজ বিচৰা নাই, হৃদয়তেই ঠাই লৈছে।
গীতটো শেষ হ'ল, তথাপি নীৰৱতা ভাঙিল নে? নাই। নীৰৱতাই আৰু ডাঙৰ হ'ল-অৰ্থৰে ভৰা।
সেইয়েই গীতি সাহিত্য।
য'ত শব্দ কম, অনুভৱ বেছি।
আৰু সেই গীতি সাহিত্যৰ নাম-জুবিন গাৰ্গ।
📌দীপাংকৰ শইকীয়া
জিলা ধেমাজি

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ