Home জিণ্টু চাংমাই প্ৰাৰ্থনা - জিণ্টু চাংমাই প্ৰাৰ্থনা - জিণ্টু চাংমাই personMousumi Bhuyan January 04, 2026 0 share এসোঁতা জলাৰণ্য হৈঅলিন্দ থিয় দি,কবিতা অপৰাহ্ণ আংগিনাত সাধিকা হৈছে।কবি হৃদয়ত মানুহৰ সমীক্ষা কৰি,সোঁতত বিলুপ্ত আত্মাৰ কবিতাত হুমুনিয়াহ পৰীক্ষণ কৰিছে।কবিতাৰ ক্ষেম হোৱা বাঞ্ছাতইমান লিখিব পৰাকৈ,নিশ্চয়...!কবি কুশলে আছে? Tags ২০২৬০১কবিতাজিণ্টু চাংমাই Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ