বিনিময় -অংকুৰ তালুকদাৰ

©Admin
0
"দহ লাখ লাগিব।"

চিমেণ্ট ফেক্টৰীটোত সি ৰৈ গ'ল।

আজি তাৰ ঘামবোৰে বিনিময় কৰিছে হস্পিটালৰ বিছনাত পৰি থকা দেউতাকৰ উশাহটোৰ লগত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)