২০ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২০ ফেব্ৰুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৪টা দিন  থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৯৮৭ চনত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
২/ আজিৰ দিনটোতে ১৯৮১ চনত বাংলাদেশী অভিনেত্ৰী, মডেল আৰু প্ৰযোজক নুচৰাত ইমৰোজ তিছাৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৮৮ চনত বাৰ্বাৰিয়ান অভিনেত্ৰী ৰিয়ানাৰ জন্ম হৈছিল।
৪/আজিৰ দিনটোতে ১৯৮৮ চনত  ভাৰতীয় কণ্ঠশিল্পী জিয়া খানৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৫০ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী শৰৎচন্দ্ৰ বসুৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ২০০৯ চনত  ভাৰতীয় মিডিয়া সমালোচক অমিতা মালিকৰ মৃত্যু হৈছিল 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)