সাধাৰণ জ্ঞান - কুইজ

©Admin
0

১/পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?

উত্তৰ: জাপান।

২/বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?

উত্তৰ: 2500 কেলৰি।

৩/বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে

উত্তৰ: জনসমতা ৰক্ষা কৰে।

৪/খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?

উত্তৰ: উত্তৰ প্ৰদেশ।

৫/দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?

উত্তৰ: এনিমিয়া।

৬/আয়’ডিনৰ অভাৱত কি ৰোগ হয়?

উত্তৰ: গৰল।

৭/কোনবিধ কয়লা সৰ্বোত্তম?

উত্তৰ: এনথ্ৰাচাইট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)