২২ফেব্ৰুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব

@admin
0
২২ ফেব্ৰুৱাৰী (ইংৰাজী: 22 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১২টা দিন (অধিবৰ্ষত ৩১৩ দিন) বাকী থাকে।
জন্ম
১৮৫৭ - লৰ্ড বেডেন পাৱেল, স্কাউট’ শিক্ষা পদ্ধতিৰ প্ৰবৰ্তক।
১৯১৪ - দেৱকান্ত বৰুৱা, অসমীয়া ৰোমান্তিক কবি।
১৯৩৭ - সাবিত্ৰী চট্টোপাধ্যায়, ভাৰতীয় অভিনেত্ৰী।
১৯৬৫ - ইছমাইল হোছেইন, অসমীয়া কবি, সমালোচক আৰু গৱেষক।
১৯৮৫ - বোম্বাইলা দেৱী লাইশ্ৰাম, ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ।
মৃত্যু
১৯৪৪ - কস্তুৰবা গান্ধী, ভাৰতীয় ৰাজনৈতিক কৰ্মী।
১৯৫৮ - আবুল কালাম আজাদ, ভাৰতীয় পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
১৯৯৪ - বিনন্দ চন্দ্ৰ বৰুৱা, অসমীয়া কবি।
২০১৫ - আদ্য শৰ্মা, অসমীয়া চিত্ৰশিল্পী।
দিৱস
স্বাধীনতা দিৱস (ছেণ্ট লুচিয়া)।
ৰাষ্ট্ৰীয় মেকুৰী দিৱস (জাপান)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)