১৫ ফেব্ৰুৱাৰী দিনটোৰ বিশেষত্ব

@admin
0
১৫ ফেব্ৰুৱাৰী (ইংৰাজী: 15 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ  ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
১৮৭৯ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
১৯০৩ - মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
জন্ম
১৯১৫ - কজ্জনবাঈ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
১৫৬৪ - গেলিলিঅ’ গেলিলি, ইটালীৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক।
মৃত্যু
১৮৬৯ - মিৰ্জা গালিব, ভাৰতীয় কবি।
১৯৪৮ - সুভদ্ৰা কুমাৰী চৌহান, হিন্দী সাহিত্যৰ ভাৰতীয় কবি।
১৯৮৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
২০০৮ - মনোৰমা, ভাৰতীয় অভিনেত্ৰী।
২০২২ - সন্ধ্যা মুখাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী।
দিৱস
মুক্তি দিৱস (আফগানিস্তান)।
কানাডাৰ পতাকা দিৱস (কানাডা)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)