Home কবিতা প্ৰেমৰ আশা -আতিক আহমেদ প্ৰেমৰ আশা -আতিক আহমেদ person©Admin February 27, 2025 0 share পাহাৰৰ সীমনাতে জুৰিটিৰ পাৰত বহি অনুভৱ কৰোঁ স্মৃতিৰ সঁফুৰা ৰামধেনু বুলীয়া সপোন জীপাল কৰি জোনাক সিঁচি দিছিলা হৃদয়ৰ কুঠৰীত পাহৰিব নোৱাৰোঁ প্ৰেমৰ মাধুৰী পান কৰা কৃষ্ণচুড়াৰ তলৰ সেই হিৰন্ময়ী আবেলিবোৰমৰহি যাবলৈ নিদিবা আশাৰ আলোকবোৰ হেঁপাহৰ নদীখন ভটিয়াই বৈ যাবলৈ দিয়া। Tags আতিক আহমেদকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ