স্তৱক••ৰাতুল চেতিয়া ফুকন

@admin
0
প্ৰতিটো পুৱাই
আমাক উপহাৰ দিয়ে এটা নতুন দিন
সন্ধিয়ালৈ যাক আমি
হেৰুৱাই পেলাওঁ অনায়াসে
এনেকৈয়ে যে কিমানটা দিন
হেৰুৱালো হিচাব নাই
হয়তু শেষৰটো দিন
হেৰুৱাবলৈ আৰু বেছিদিন নাই 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)