“And I can fight only for something that I love, love only what I respect, and respect only what I at least know.”
― Adolf Hitler
মৰম ক'ম বেচি পৰিমানে সকলোৰেই থাকে । পাছে কিছুমান প্ৰকাশ কৰিব নিবিচাৰে, কিছুমান প্ৰকাশ কৰিবলৈ নাজানে, কিছুমান প্ৰকাশ কৰিবলৈ লাজ কৰে, কিছুমানে প্ৰকাশ কৰিবলৈ সাহস নকৰে আৰু কিছুমানে ইচ্ছাকৃতভাৱে গোপনে হৃদয়ত মৰম পুহি ৰাখে । প্ৰেমৰ বহিৰ্প্ৰকাশ এটা কলা কিন্তু গোপনীয়তা তাতোকৈও শ্ৰেষ্ঠ কলা। কাৰণ যি শ্বাশ্বত তাক গোপনে ৰাখিব নোৱাৰি।
গতিকে যি সকলক ভেলেন্টাইন ডে বুলি নিজৰ প্ৰিয়জনে মৰম প্ৰকাশ কৰা নাই তেওঁলোকে নাভাবিব যে তেওঁৰ প্ৰতি প্ৰিয়জনৰ প্ৰেম ভালপোৱা নাই । সেইয়াটো তেওঁৰ কাৰণে গোপনে ৰখা প্ৰিয়জনৰ শ্বাশ্বত প্ৰেমো হ'ব পাৰে।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ