৮ ফেব্ৰুৱাৰী দিনটোৰ বিশেষত্ব

@admin
0

৮ ফেব্ৰুৱাৰী (ইংৰাজী8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী

  • ২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্‌চৰ আৰম্ভণি কৰা হৈছিল।

জন্ম

মৃত্যু

  • ২০১৭ – পিটাৰ মেন্সফিল্ড, ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক। (জন্ম ১৯৩৩)
  • ২০১৯ - ভাগৱত পেটেল, মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ।

অন্যান্য

  • প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্ট্ৰীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
  • প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)