কাৰণ বিবেকৰ আত্মগোপন ক্ষমতাশালীৰ চন্দুকত।
মানৱতা বন্দী চতুৰৰ জেপত।
প্ৰৱল প্ৰতাপী শ্ৰেষ্ঠ জীৱৰ তাপত আজি ঈশ্বৰ কণ্ঠৰূদ্ধ।
অহঙ্কাৰীৰ ডেউকাত
অধৰ্মৰ মুক্ত বিচৰণৰ নিচান' ভদ্ৰলোকৰ ওঠত উৰে।
হে ঈশ্বৰ'কোনদিনা কৰিবা প্ৰতিবাদ মানৱতা আৰু বিবেক উদ্ধাৰৰ!
তাকে ভাবি গুনি প্ৰকৃতিৰ নিৰৱ বিপ্লৱ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ