ফাগুন মানেই তুমি-অংকুৰ দাস

©Admin
0
ফাগুন মানেই এক আনন্দ 
য'ত থাকে শিমলু পলাশ 
এজাৰৰ হাজাৰ বেদনা ।
ফাগুন মানেই তুমি  
আৰু তোমাৰ প্ৰেমত 
মই বলিয়া ।
ফাগুনৰ এটি পুৱাই
আঁকি আনিম তোমাৰ 
কপালত ৰঙা বেলি 
ফাগুনৰ প্ৰেমতেই বিলীন হম 
আমি প্ৰতিদিন ।
   
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)