১৩ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
১৩ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২১টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৬৩৩ চনত নাস্তিকতাৰ আৰোপ সংক্ৰান্ত গোচৰৰ শুনানিৰ বাবে গেলিলিঅ’ গেলিলি ৰোমত উপস্থিত হয়। 
২/ আজিৰ দিনটোতে ১৯৩১ চনত ব্ৰিটিছসকলে কলকাতাৰ পৰিবৰ্তে নতুন দিল্লীক ৰাজধানী হিচাবে উদ্বোধন কৰে। 
৩/ আজিৰ দিনটোতে ১৮৭৯ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯৬৫ চনত অসমীয়া সাহিত্যিক
ইন্দ্ৰাণী ৰায়মেধিৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৮৩ চনত অসমৰ শৰীৰ চৰ্চাবিদ
গোলাপ ৰাভাৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৯৮৫ চনত ভাৰতীয় পেচাদাৰী টেনিছ খেলুৱৈ সোমদেৱ দেৱবৰ্মনৰ জন্ম হৈছিল।
৭/ আজিৰ দিনটোতে ১৫২১ চনত পৰ্টুগীজ অভিযাত্ৰী
ফাৰ্ডিনেণ্ড মেগালানৰ মৃত্যু হৈছিল।
৮/ আজিৰ দিনটোতে ১৯৬৯ চনত অসমীয়া বিজ্ঞানী, উদ্যোগী, উদ্ভাৱক আৰু অধ্যাপক লক্ষ্মীনাথ দাসৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)