৬ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0
৬ মাৰ্চ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০১টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
১/ আজিৰ দিনটোতে ১৪৭৫ চনত ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা মাইকেলেঞ্জেল'ৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৫০৮ চনত দ্বিতীয় মোগল সম্ৰাট সম্ৰাট হুমায়ুনৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৮০৬ চনত ইংৰাজ কবি। এলিজাবেথ বেৰেট ব্ৰাউনিঙৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ২০১৫ চনত ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ ৰাম সুন্দৰ দাসৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ২০১৭ চনত আমেৰিকান অভিনেতা 
ৰবাৰ্ট অছবৰ্ণৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)