অনুভূতি••মিন্টু গোৱলা

@admin
0
সিদিনা ৰাতি স্বৰ্গৰ পৰি জনী আহি 
মোৰ কাণে কাণে ক'লে 
তুমি থকা পৃথিৱীখন,
 এখন শব্দৰে পৃথিৱী

ময়ো ক'লো মই য'ত বসবাস কৰোঁ 
সেই পৃথিৱীখন শব্দৰে পৃথিৱী 
য'ত ছন্দ, উপমা, বাক্য আৰু 
কেৱল জীৱন সংগ্ৰামৰ কাহিনী আছে 

য'ত মাথোঁ শব্দৰ আকাৰে মনৰ ভাৱ বোৰ 
প্ৰকাশ কৰিব পাৰোঁ

সেই এখনেই মোৰ শব্দৰ পৃথিৱী !

য'ত মই শব্দৰ লগত খেলো আৰু 
শব্দৰ লগত উমলি থাকোঁ 
সেয়াই মোৰ পৃথিৱী !

                

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)