ৰং- মিনাক্ষী গগৈ

©Admin
0
ফাগুন মানেই বছৰেকীয়া পৰীক্ষা বতৰ যেনেকৈ, থিক তাৰ সমান্তৰালকৈ ফাগুনৰ বতৰতে প্ৰাণ পাই উঠে অনেক কবিৰ কবিতা। ফাগুন মানেই যে আবিৰৰ ৰঙেৰে জীপাল কৰা এটা ৰঙীন বতৰ । শুকান বতৰ হেনো ফাগুন। পিছে অনেক ব্যক্তি বাবে অতিকৈ আপোন মাহ হৈ পৰে শিমলু, কেতেকী, মদাৰ ফুল ফুলি থকা সেই ফাগুন মাহটো। আপোনাৰ বাবে বাৰু কোনটো বতৰ অতিকৈ ভাল লগা হয় ? ফাগুন মাহৰ কোন পাহ ফুল আপুনি বাৰু বেছি ভাল পাই।নে সকলোবোৰ ফুলেই আপোনাৰ আপোন? পিছে ফাগুন মাহতে বাৰু,আৰু কি কি ফুল ফুলা বতৰ । 
ইমানতে আজি লৈ সামৰিছো দেই সময় পালে আকৌ ভূমুকি মাৰিম আপোনাৰ লোকৰ মাজলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)