লজ্জিত — কুইন কৌশিক শৰ্মা

©Admin
0
দেউতা, মাক-দেউতাক বুঢ়া হ'লে বৃদ্ধাশ্ৰমত ৰাখিব লাগে নহ্।
:সেই, কোনে কৈছে তোমাক এইবোৰ কথা। মাক-দেউতাক বুঢ়া হ'লে সন্তানে ভালদৰে চোৱা-চিতাহে কৰিব লাগে, বৃদ্ধাশ্ৰমত ৰাখিব নালাগে নহয়।
: দেউতা, ককা-আইতাটো তোমাৰ মাক-দেউতায়ে হয়, তেন্তে তেওঁলোক বুঢ়া হোৱাৰ পাছত তুমি কিয় বৃদ্ধাশ্ৰমত ৰাখিছা?
       পুতেকৰ কথা শুনি তেওঁৰ শিল পৰা কপৌৰ দৰে অৱস্থা হ'ল, নিজ কৰ্মৰ বাবে আজি তেওঁ পুতেকৰ ওচৰতে লজ্জিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)