১/ আজিৰ দিনটোতে ১৪৯৮ চনত ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
২/ আজিৰ দিনটোতে ১৮১১ চনত মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
৩/ আজিৰ দিনটোতে ১৮১৫ চনত এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
৪/ আজিৰ দিনটোতে ১৬১১ চনত ইংৰাজ বীজগণিতবিদ, জ্যামিতিজ্ঞ আৰু জোতিৰ্বিদ
জন পেলৰ জন্ম হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৬১ চনত বাংলা ইতিহাসবিদ
অক্ষয়কুমাৰ মৈত্ৰেয়ৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৮৭৪ চনত ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক মৃণালিনী দেৱীৰ জন্ম হৈছিল।
৭/ আজিৰ দিনটোতে ১৯৪৩ চনত ফ্ৰান্স-ছুইছ চিকিৎসক আলেকজেণ্ডাৰ ইৰছিনৰ মৃত্যু হৈছিল।
৮/ আজিৰ দিনটোতে ১৯৮৯ চনত মহাৰাষ্ট্ৰৰ ষষ্ঠ মুখ্যমন্ত্ৰী তথা দশম গভৰ্ণৰ বসন্তদাদা পাটিলৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ