ঘটনাৱলী
১৮৬২ - মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।
১৮৯৬ - আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয়।
জন্ম
১৯৫২ - য়্যুং চ্যেং, চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক।
মৃত্যু
১৮৬৭ - ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ, জাৰ্মান ৰসায়ন বিজ্ঞানী। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৭৯৪)
১৮৯৪ - গুণাভিৰাম বৰুৱা, অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। (জন্ম: ১৮৩৭)
১৯৪০ - ৰজনীকান্ত বৰদলৈ, অসমীয়া সাহিত্যক। উপন্যাস সম্ৰাট হিচাপে প্ৰসিদ্ধ। (জন্ম: ২৪ নৱেম্বৰ ১৮৬৭)
১৯৫৫ - মোহিনী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৯৭৫ - দিভা জিভাৰাটিনাম, ভাৰতীয় ৰাজনীতিবিদ।
২০১৪ - নন্দা কৰ্ণাটকী, ভাৰতীয় অভিনেত্ৰী। (জন্ম: ৮ জানুৱাৰী, ১৯৩৯)
২০১৫ - ইন্দ্ৰ বণিয়া, অসমীয়া অভিনেতা। (জন্ম: ২৪ ডিচেম্বৰ, ১৯৪২)
দিৱস
মাতৃ দিৱস (শ্লোভেনিয়া)

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ